মুখ্য বাতৰি

জণ্ডিচ আৰু লিভাৰৰ বাবে অত্যন্ত উপকাৰী কলমৌ, জানো আহক কলমৌৰ ৮টা উপকাৰিতা

কলমৌ অতি পুষ্টিকৰ আৰু ঔষধি গুণ যুক্ত বন শাক। এই কলমৌত অধিক মাত্ৰাত আইৰণ, কেলছিয়াম, পটাছিয়াম , মেগনেছিয়াম , ফাইবাৰ , ভিটামিন-এ , বি...

NHPCক লৈ ভয়াৱহ তথ্য প্ৰকাশ কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ প্ৰতিবেদনত

NHPCক লৈ ভয়াৱহ তথ্য প্ৰকাশ কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ প্ৰতিবেদনতপ্ৰতিবেদনত সঁচা প্ৰমাণিত হৈছে অসমৰ মানুহৰ শংকাযোৱা ২১ এপ্ৰিলত NHPC পৰিদৰ্শন কৰিছিল বিদ্যুত প্ৰাধিকৰণৰ দলে১ এপ্ৰিলত...

৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ!

৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহদক্ষিণ আন্দামান সাগৰৰ ওপৰেদি আহি আছে ঘূৰ্ণী বতাহদক্ষিণ আন্দামান সাগৰ আৰু দক্ষিণ-পূব বংগোপসাগৰৰ উপকূলীয় অঞ্চলত পৰিব ঘূৰ্ণী বতাহৰ...

জঘন্য! কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ গ’ল ৰাজপথত

দক্ষিণ কামৰূপৰ গৰৈমাৰীত জঘন্য ঘটনা। দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত মুমূৰ্ষু অৱস্থা পেলাই থৈ গ’ল এগৰাকী ১৫ বছৰীয়া কিশোৰীক। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত...

হিটমেনৰ ছিক্সাৰ, কাজিৰঙাই পাব ৫ লাখ টকাৰ উপহাৰ

হিটমেনৰ ছিক্সাৰ, কাজিৰঙাই পাব ৫ লাখ টকাৰ উপহাৰ । অৱশেষত Tata Punch বাহনত বল লাগিল। হিটমেন ৰোহিত শৰ্মাৰ ছিক্সাৰত 'আহত'Tata Punch । হিটমেনৰ এই...

Popular