মুখ্য বাতৰি

১৮ নৱেম্বৰৰ পৰা মাজুলীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ

মাজুলীত ৰাস মহোৎসৱৰ ব্যাপক ব্যস্ততামাজুলীৰ ৫৪টা মঞ্চ, ২০খন সত্ৰত অনুষ্ঠিত হ’ব ৰাসৰাসৰ বাবে মুখা নিৰ্মাণত ব্যস্ত চামগুৰি সত্ৰৰ শিল্পী সমাগত...

শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰা ৫০০ বছৰীয়া বকুল গছজোপা

বঙাইগাঁৱৰ ঘৰশীয়া সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰা ৫০০ বছৰীয়া বকুল গছজোপা দেখিছেনে? প্ৰায় ৫০০ বছৰীয়া ইতিহাসৰ সাক্ষী এজোপা বকুল গছ। বঙাইগাঁও জিলাৰ সাঁকোমুৰা গাঁৱত...

চৰৰ লোক সকল যদি বেদখলকাৰী তেন্তে অসমৰ প্ৰতিজন লোকেই বেদখলকাৰী : আমিনুল ইছলাম

পুনৰ বিতর্কিত মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ। এইবাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ এলেকাধীন চৰ চাপৰিত বসবাস কৰা লোক সকলক উচ্ছেদ সন্দৰ্ভত কৰিলে বিতর্কিত মন্তব্য। বিধায়ক...

মেঘালয় চৰকাৰেও হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দাম

অসমৰ পিছত মেঘালয় চৰকাৰেও হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দামমেঘালয় কেবিনেটে গ্ৰহণ কৰিছে এনে সিদ্ধান্তকমোৱা হ’ব দুয়োবিধ ইন্ধনৰ ওপৰত আৰোপিত ভেটপেট্ৰ’লত ৬.৫ শতাংশ ভেট কমোৱাৰ সিদ্ধান্তডিজেলত...

এবছৰলৈ সম্প্ৰসাৰণ নহয় হিমন্ত বিশ্ব মন্ত্ৰীসভা

অহা এবছৰলৈ ৰাজ্যত সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভাৰকামাখ্যাত এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা‘নিগম-নিকায়ৰ ব্যাপক সাল-সলনি কৰা হৈছে’‘বহুজনক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে’‘নতুন দায়িত্ব লাভ...

Popular