৪০ কিঃমিঃকৈ অধিক গতিবেগত গাড়ী চলালেই ভৰিব লাগিব জৰিমনা

অত্যাধুনিক চেন্সৰ কেমেৰাৰ তীক্ষ্ণ নজৰত কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথ। ৪০ কিলোমিটাৰতকৈ অধিক গতি বেগত গাড়ী চলালে ভৰিব লাগিব জৰিমনা। পাঁচ হাজাৰ টকালৈকে জৰিমনা বিহিব পৰিবহন বিভাগে। কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এই বিশেষ ব্যৱস্থা। স্বয়ংক্ৰিয় কেমেৰাই নিৰীক্ষণ কৰিব আপোনাৰ গাড়ীৰ গতিবেগ। নিয়ম উলংঘা কৰিলেই ভৰিব লাগিব জৰিমনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...