৪ ৰাজ্যৰ ১৬খন ৰাজ্যসভা আসনৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি?

আজি ৪ ৰাজ্যৰ ১৬খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান আৰু হাৰিয়ানাৰ এই ৰাজ্যসভা আসনসমূহৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। নিৰ্বাচন আয়োগে দেশৰ ১৫খন ৰাজ্যৰ ৫৭খন আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰিছিল। ইয়াৰ ভিতৰত ৪১খন আসনৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হয় প্ৰতিনিধিসকল। এই আসনসমূহৰ ভিতৰত বিজেপিৰ দখলত আছে ২৩খন আৰু কংগ্ৰেছৰ দখলত ৮খন। বাকী আসনসমূহ আছে আন দলসমূহৰ নিয়ন্ত্ৰণত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...