মুখ্য বাতৰি

জম্মু-কাশ্মীৰত আৰক্ষীৰ গুলীবৰ্ষণত নিহত ৩ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত আৰক্ষীৰ গুলীবৰ্ষণত নিহত ৩ সন্ত্ৰাসবাদীপুলৱামা ছেক্টৰৰ ড্ৰাবগাম অঞ্চলত সংঘটিত এই ঘটনাসন্ত্ৰাসবাদীকেইটাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰজম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে সদৰী কৰিছে এই কথা

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ। বৃষ :...

পাকিস্তানৰ হিন্দু মন্দিৰত পুনৰ আক্ৰমণ

পাকিস্তানৰ হিন্দু মন্দিৰত পুনৰবাৰ আক্ৰমণ কৰা হৈছে। পাকিস্তানৰ সংখ্যালঘু জনসাধাৰণৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে এনে আক্ৰমণ কোনো নতুন ঘটনা নহয়। শেহতীয়াকৈ পাকিস্তানৰ এটা দুষ্কৃতিকাৰীৰ...

কি ৰোগত আক্ৰান্ত জাষ্টিন বিবাৰ? কিয় বাতিল কৰিছে ইখনৰ পিছত সিখন কালচাৰেল নাইট?

জনপ্ৰিয় সংগীত শিল্পী জাষ্টিন বিবাৰ পুনৰ চৰ্চাত। পপ ষ্টাৰজন আক্ৰান্ত ৰামছে হাণ্ট ছিণ্ড্ৰম ৰোগত। যাৰ বাবে মুখায়ৱবৰ আধা অংশ বিকল হৈ পৰিছে। অৰ্ধাংশ পেৰালাইজড...

‘গ্ৰেজিয়া’ত লাভলীনাৰ মোহময়ী ৰূপ, ধুমুহাৰ গতিত ভাইৰেল ফটো

বক্সিঙৰ লগতে ফেশ্বনৰ জগততো সমানেই উজলিছে ৰাজ্যৰ তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই। এইবাৰ ইটালীত জিলিকিছে লাভলীনা। টকিঅ’ অলিম্পিকত ব্ৰঞ্জ জয়েৰে ইতিহাস ৰচনা কৰা তাৰকা বক্সাৰ...

Popular