‘গ্ৰেজিয়া’ত লাভলীনাৰ মোহময়ী ৰূপ, ধুমুহাৰ গতিত ভাইৰেল ফটো

0 84

বক্সিঙৰ লগতে ফেশ্বনৰ জগততো সমানেই উজলিছে ৰাজ্যৰ তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই।

এইবাৰ ইটালীত জিলিকিছে লাভলীনা। টকিঅ’ অলিম্পিকত ব্ৰঞ্জ জয়েৰে ইতিহাস ৰচনা কৰা তাৰকা বক্সাৰ লাভলীনাই ইটালীৰ মহিলাৰ ফেশ্বন আলোচনী ‘গ্ৰেজিয়া’ৰ শেহতীয়া ভাৰতীয় সংস্কৰণৰ বেটুপাতত স্থান পাইছে।

কিছুদিন পূৰ্বে ৰেম্পত খোজ দিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল অসম গৌৰৱ লাভলীনাই।

পূৰ্বে মীৰাবাঈ ছানু আৰু পি ভি সিন্ধুৰ সৈতে ‘ভগ’ আলোচনীৰো বেটুপাতত স্থান পাইছিল লাভলীনাই।

Leave A Reply

Your email address will not be published.