মুখ্য বাতৰি

ভাৰতৰ সিদ্ধান্ত: বাংলাদেশত আতংক

🖊️অচিন্ত্য শৰ্মা পূৰ্বোত্তৰক বাদ দি ভাৰতত এইবাৰ অভিলেখ ৰচিছে গৰমে। মাৰ্চ মাহৰ পৰা এই পৰ্যন্ত উষ্ণতা আৰু গ্ৰীষ্মপ্ৰবাহে লৈছে অভূতপূৰ্ব ৰূপ। গৰমৰ গভীৰ নেতিবাচক প্ৰভাব...

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ!

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰবৰাকত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনানৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনকসমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাতশিলচৰ-আইজল পথৰ সোণবাড়ীঘাট...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ। বৃষ :...

চকলেটেৰে ছবি আঁকি ‘ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ’ত নাম সন্নিবিষ্ট এজন ছাত্ৰৰ

নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী ৰাইডঙীয়াৰ ছাত্ৰ টিৰুত কুমাৰ বৰাই ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। জুলীয়া চকলেটে প্ৰতিকৃত অংকণ কৰি...

পেট বিষ উঠাৰ কাৰণ আৰু ইয়াৰ নিৰাময় সমূহ আপুনি জানেনে?

বেছিসংখ্যক মানুহৰে হঠাতে পেটৰ বিষ উঠা দেখা পোৱা যায়। হঠাতে উঠা পেটৰ বিষ উঠাৰ বহুটো কাৰণ থাকিব পাৰে। পেৰিট'নিয়াম বা পেট গহ্বৰৰ আৱৰণীখনৰ স্ফীতি,...

Popular