মুখ্য বাতৰি

‘মাক চাবলৈ মন গৈছে’! ইয়েমেন প্ৰশাসনলৈ আহ্বান কাৰাগাৰত বন্দী নিমিষা প্ৰিয়াৰ কন্যাৰ

ইয়েমেনৰ আদালতে এগৰাকী মাতৃৰ মৃত্যুদণ্ডৰ আদেশ দিছে। হাজাৰ চেষ্টা কৰিও এই মৃত্যুদণ্ড বাতিল কৰা সম্ভৱ হোৱা নাই। ইয়েমেনৰ কৰ্তৃপক্ষই অৱশ্যে সাময়িকভাৱে তেওঁৰ মৃত্যুদণ্ড স্থগিত...

দবাত ইতিহাস ৰচিলে দিব্যাই; মহিলা দবা বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ দিব্যা দেশমুখ

মহিলা দবা বিশ্ব চেম্পিয়ন কোন হ’ব? ৩৮ বছৰীয়া কোনেৰু হাম্পী নে ১৯ বছৰীয়া দিব্যা দেশমুখ? শেষত জয়ী হ’ল দিব্যা। সোমবাৰে টাইব্ৰেকাৰত তেওঁ হাম্পীক পৰাস্ত...

বিদ্যুৎ নাই, জেনেৰেটৰো বেয়া! টৰ্চৰ পোহৰত ৰোগীক কৰিলে চিকিৎসা

সমগ্ৰ হাস্পতালখন অন্ধকাৰত ডুব গৈছিল। বিদ্যুৎ নাই, আনকি হাস্পতালৰ জেনেৰেটৰো বিকল! চিকিৎসকসকলে চিকিৎসাৰ বাবে মমবাতিৰ পোহৰ বা টৰ্চৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়! উত্তৰ প্ৰদেশৰ...

কেনে আছে ঋষভ পন্ত?

ঋষভ পন্তক ওভালত অনুষ্ঠিত হ’বলগীয়া অন্তিমখন টেষ্ট মেচৰ পৰা বাদ দিয়া হৈছে। ওল্ড ট্ৰেফৰ্ডত প্ৰথম ইনিংছৰ সময়ত ক্ৰীছ ৱ’কছৰ এটা বলে ভাৰতীয় দলৰ সহ-অধিনায়কগৰাকীৰ...

সুভাংশুৰ সফলতাই দেশত মহাকাশৰ প্ৰতি কৌতুহল বৃদ্ধি কৰিছে; ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সুভাংশু শুক্লাৰ সাফল্যৰ ফলত দেশত মহাকাশৰ প্ৰতি উৎসাহ আৰু আগ্ৰহ বৃদ্ধি পাইছে। দেওবাৰৰ ‘মন কী বাত’ অনুষ্ঠানত এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।...

Popular