মুখ্য বাতৰি

নতুন বছৰৰ প্ৰথমটো মাহতেই কাজিৰঙাত ২টাকৈ গঁড় হত্যা

নতুন বছৰৰ প্ৰথমটো মাহতেই কাজিৰঙাত ২টাকৈ গঁড় হত্যা ২২ জানুৱাৰীত প্ৰথমটো গড় হত্যা কাজিৰঙাত। শেহতীয়াকৈ গোলাঘাটত উদ্ধাৰ এশিঙীয়া গঁড়ৰ খড়্গ। আৰক্ষীৰ অভিযানত উদ্ধাৰ এশিঙীয়া গড়ৰ খড়্গ গোলাঘাট বৰবিল...

মহানগৰীৰ বশিষ্ঠত ৪,০০০ কেজি গাঞ্জা জব্দ কৰিলে আৰক্ষীয়ে

গুৱাহাটীৰ বশিষ্ঠত STFৰ বৃহৎ অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৪ হাজাৰ কেজি ড্ৰাগ্ছ। DIG পাৰ্থসাৰথি মহন্তই দাবী কৰা অনুসৰি এই গাঞ্জাখিনিৰ বজাৰ মূল্য...

গৌৰৱময় ইতিহাস প্ৰতিষ্ঠাৰে অযোধ্যাপুৰীত ৰাম মন্দিৰ

ভকতৰ ভকতিৰ নিজৰা এতিয়া অনিৰুদ্ধভাৱে বৈছে অযোধ্যাত। অযোধ্যাৰ অলিয়ে গলিয়ে কেৱল মানুহ আৰু মানুহ। হিল দ’ল ভঙা মানুহৰ ভিৰত উৱাদিহ পোৱা নাই বহুতে। ৰাম...

জলসিঞ্চন বিভাগৰ দিনজোৰা কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

খৰালি চন পৰি থকা কৃষিপথাৰ ১২মাহে সেউজীয়া কৰি তুলিব পৰাটোৱেই জলসিঞ্চন বিভাগৰ মূল লক্ষ্য হোৱা উচিত : সিংহল অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ উদ্যোগত তেজপুৰৰ NERIWALM...

নতুন ইতিহাস গঢ়িলে ভাৰতৰ টেনিছ তাৰকা ৰোহণ বাপান্নাই

আটাইতকৈ অধিক বয়সত টেনিছ বিশ্বত ১নং স্থানত বহিল ভাৰতীয় খেলুৱৈজনঅষ্ট্ৰেলিয়া অপেনৰ ডাবল্ছৰ ছেমিত প্ৰৱেশ কৰাৰ লগে লগে এই কীৰ্তি ৰোহণৰডাবল্ছ ৰেংকিঙৰ শীৰ্ষ স্থানত ৪৩...

Popular