মুখ্য বাতৰি

২৪ ঘণ্টাৰ ভিতৰত ঘূৰাই পাব হেৰুওৱা ধন। মাত্ৰ WhatsApp অথবা ফোন কৰক এই নম্বৰত…

এতিয়াৰে পৰা দুষ্ট চক্ৰই ধন হৰলুকি কৰিলে চিন্তা নাই! মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ঘূৰাই পাব হেৰুওৱা ধন। ৰাজ্যবাসীৰ বাবে সুখবৰ আনিছে চৰকাৰ আৰু আৰক্ষীয়ে।...

নিজম পৰিল বাদুংদুপ্পাৰ শালনি, আকৌ এবছৰলৈ অপেক্ষা কৰিব নাট্যপ্ৰেমীয়ে

হাবিৰ মাজত নাট সমাৰোহ। নিজম পৰিল গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্ৰৰ বাকৰি। প্ৰতি বছৰৰ দৰে এইবেলিও সফলভাবে সামৰণি পৰিল আণ্ডাৰ দ্যা ছাল ট্ৰি...

প্ৰধানমন্ত্ৰী মোদীলৈ আন এক স্বীকৃতি, ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্য ড্ৰুক গিয়ালপোৰে বিভূষিত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ভূটানে আগবঢ়াইছে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান। ভূটানলৈ বিভিন্ন সময়ত আগবঢ়াই অহা স্বীকৃতিস্বৰূপে মোদীলৈ এই সন্মান দেশখনৰ। বিশেষকৈ ক’ভিড মহামাৰীৰ সময়ছোৱাত চুবুৰীয়া...

কভিডৰ বাবে এসপ্তাহলৈ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ

দৈনিক ইখনৰ পিছত সিখন বিদ্যালয়ত কভিডৰ জাল। এইবাৰ ৭ দিনলৈ বন্ধ আন এখন বিদ্যালয়। নলবাৰীৰ পানীগাওঁস্থিত দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰী ক’ভিডত আক্ৰান্ত...

ক’ভিড সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হ’ল মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতা

পিছুৱাই দিয়া হ’ল মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতা। কেইবাগৰাকী প্ৰতিযোগীৰ লগতে আয়োজক কমিটীৰ কেইবাজনো সদস্য ক’ভিডত আক্ৰান্ত হোৱাত কৰ্তৃপক্ষই পিছুৱাই দিয়ে এই সুন্দৰী প্ৰতিযোগিতা। পুৱেৰ্ট’...

Popular