মুখ্য বাতৰি

দাঢ়ি নকটাৰ প্ৰতিশ্ৰুতি পাহৰিলে ৰূপজ্যোতিয়ে

ৰূপজ্যোতি কুৰ্মীয়ে এসময়ত কৈছিল – কংগ্ৰেছৰ চৰকাৰ নহালৈকে দাঢ়ি নাকাটো। পিছে ৰূপজ্যোতি কংগ্ৰেছ এৰি বিজেপি পালেগৈ। দাঢ়ি নকটাৰ প্ৰতিশ্ৰুতি পাহৰিলে বিধায়কজনে। https://www.youtube.com/watch?v=BYdPfjSxjEo

আইৰ মুখৰ মাতষাৰকে হৰিবলৈ লৈছে নেকি অসম চৰকাৰে?

এটা জাত্যাভিমান থকা জাতি হিচাপে, এটা সুন্দৰ, ব্যাপক আৰু বৰ্ণিল ভাষাৰ অধিকাৰী জাতি হিচাপে আমি অসমীয়াই যেন পাহৰি গৈছোঁ নিজৰ ভাষাক প্ৰয়োজনীয় সন্মানখিনি যাচিবলৈ।...

AIUDFৰ প্ৰস্তাৱ প্ৰত্যাখান ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ

AIUDFয়ে ২০২৪ৰ নিৰ্বাচনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক একেখন মঞ্চলৈ অহাৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱৰ ২৪ ঘণ্টাই পাৰ নহ'ল। উত্তৰ দিলে দুয়ো দলৰ...

আৰক্ষীৰ নিযুক্তিত নথি কেলেংকাৰি সন্দৰ্ভত আৰু ৫জনক গ্ৰেপ্তাৰ

আৰক্ষীৰ নিযুক্তিত নথি কেলেংকাৰি সন্দৰ্ভত আৰু ৫জনক গ্ৰেপ্তাৰCIDয়ে গ্ৰেপ্তাৰ কৰিলে এই ৫জনকগ্ৰেপ্তাৰ হোৱা ৫জন ৰূপম বৰা, দীপজ্যোতি বৰুৱা, ৰাজু ঠাকুৰ, মিৰ্জা গালিব আৰু নিতুমণি...

ষাঁড় গৰুৰ লগত যুদ্ধ কৰি বিপদত সুৰাপায়ী যুৱক!

গৰু-ম'হ বুলিয়েই জোকাই নল'ব, গৰু-ম'হৰো আছে খং। ষাঁড় গৰুক জোকাই বিপদত এইজন যুৱক।এজন সুৰাত মাতাল যুৱকে ষাঁড় গৰুৰ লগত যুদ্ধ কৰিছে। তাৰ পিছত কি...

Popular