আইৰ মুখৰ মাতষাৰকে হৰিবলৈ লৈছে নেকি অসম চৰকাৰে?

0 648

এটা জাত্যাভিমান থকা জাতি হিচাপে, এটা সুন্দৰ, ব্যাপক আৰু বৰ্ণিল ভাষাৰ অধিকাৰী জাতি হিচাপে আমি অসমীয়াই যেন পাহৰি গৈছোঁ নিজৰ ভাষাক প্ৰয়োজনীয় সন্মানখিনি যাচিবলৈ। সেয়ে চৰকাৰেই হওক, সাধাৰণ ৰাইজেই হওক, কৰ’বাত কাৰোবাৰ ত্ৰুটি থাকি যোৱাত পদে-পদে লাঞ্ছিত হৈ আহিছে ভাষাটো। শেহতীয়াকৈ APSCৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্ৰত্যাহাৰ কৰা বিষয়টোৱে পুনৰ সৃষ্টি কৰিছে উদ্বিগ্নতাৰ। এই সিদ্ধান্তৰ বিৰুদ্ধে অৱশ্যে সৰৱ হৈ উঠিছে ৰাজ্যৰ সুধীসমাজ।

Leave A Reply

Your email address will not be published.