দাঢ়ি নকটাৰ প্ৰতিশ্ৰুতি পাহৰিলে ৰূপজ্যোতিয়ে

ৰূপজ্যোতি কুৰ্মীয়ে এসময়ত কৈছিল – কংগ্ৰেছৰ চৰকাৰ নহালৈকে দাঢ়ি নাকাটো। পিছে ৰূপজ্যোতি কংগ্ৰেছ এৰি বিজেপি পালেগৈ। দাঢ়ি নকটাৰ প্ৰতিশ্ৰুতি পাহৰিলে বিধায়কজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...