এবছৰৰ ভিতৰত নিযুক্তি প্ৰদান কৰা হ’ব ১০ লাখক

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি শুভাৰম্ভ কৰে ৰোজগাৰ মেলা। প্ৰথম পৰ্যায়ত শনিবাৰে ৭৫ হাজাৰত নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। অহা এবছৰৰ ভিতৰত সমগ্ৰ দেশত ১০ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব। ভিডিঅ’ কনফাৰেন্সযোগে এই ৰোজগাৰ মেলা উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মেলাৰ অধীনত SSC, UPSC, RAILWAY আদি বিভিন্ন সংস্থাৰ জৰিয়তে নিযুক্তিপত্ৰ প্ৰদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...