চন্দ্ৰযান-২ৰ পিছত এইবাৰ চন্দ্ৰযান-৩

চন্দ্ৰযান-২ৰ আংশিক বিপৰ্যয়ৰ পিছত এইবাৰ চন্দ্ৰযান-৩ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’। অহা বছৰৰ জুনত ইছৰ’ৱে উৎক্ষেপণ কৰিব চন্দ্ৰযান-৩। দেওবাৰে এই কথা প্ৰকাশ কৰে ইছৰ’ৰ অধ্যক্ষ ড০ এছ সোমানাথে। ইতিমধ্যে উৎক্ষেপণৰ বাবে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে চন্দ্ৰযান-৩।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...