দীপাৱলীত বিধি-পথালি দিবলৈ সাজু বৰুণ দেৱতা

0 3,134

পোহৰৰ উৎসৱ দীপাৱলীলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। ৰং, বিৰঙী আলোক সজ্জা, মাটিৰ চাকি, ফটকা–আটচবাজী ক্ৰয় কৰিবলৈ বজাৰত ভীৰ গ্ৰাহকৰ। দুটা বছৰৰ ক’ভিড পৰিস্থিতিৰ পিছত এইবাৰ হেঁপাহেৰে পোহৰৰ উৎসৱটি পালনৰ বাবে সকলো। পিছে দীপাৱলীত বিধাপথালি দিবলৈ আহি আছে চিত্ৰাং।

Leave A Reply

Your email address will not be published.