ষাঁড় গৰুৰ লগত যুদ্ধ কৰি বিপদত সুৰাপায়ী যুৱক!

গৰু-ম’হ বুলিয়েই জোকাই নল’ব, গৰু-ম’হৰো আছে খং। ষাঁড় গৰুক জোকাই বিপদত এইজন যুৱক।এজন সুৰাত মাতাল যুৱকে ষাঁড় গৰুৰ লগত যুদ্ধ কৰিছে। তাৰ পিছত কি হ’ল আপোনালোকে নিজেই চাওক।

নগাঁও জিলাৰ ধিঙৰ তলিবীল সোণাৰী গাঁৱত সংঘটিত এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...