পীযূষ হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈ

AICCৰ সভাপতি পদৰ নিৰ্বাচনত শশী থাৰুৰৰ পৰাজয়ৰ পিছতে হঠাৎ বিজেপিৰ প্ৰতি নৰম হৈছে কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈ। বৃহস্পতিবাৰে মৰিগাঁৱত বিজেপি মন্ত্ৰী পীযূষ হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কংগ্ৰেছ সাংসদজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...