আৰক্ষীৰ নিযুক্তিত নথি কেলেংকাৰি সন্দৰ্ভত আৰু ৫জনক গ্ৰেপ্তাৰ

  • আৰক্ষীৰ নিযুক্তিত নথি কেলেংকাৰি সন্দৰ্ভত আৰু ৫জনক গ্ৰেপ্তাৰ
  • CIDয়ে গ্ৰেপ্তাৰ কৰিলে এই ৫জনক
  • গ্ৰেপ্তাৰ হোৱা ৫জন ৰূপম বৰা, দীপজ্যোতি বৰুৱা, ৰাজু ঠাকুৰ, মিৰ্জা গালিব আৰু নিতুমণি কলিতা
  • কলাইগাঁৱৰ নিতুমণি কলিতা কনিষ্টবল পদৰ প্ৰাৰ্থী
  • বাকী ৪জন কম্পিউটাৰ কেন্দ্ৰৰ স্বত্ত্বাধিকাৰী
  • ৰূপম বৰা আৰু দীপজ্যোতি বৰুৱা অভয়াপুৰীৰ পৰা গ্ৰেপ্তাৰ
  • ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ ৰাজু ঠাকুৰ আৰু মিৰ্জা গালিব
  • এইপৰ্যন্ত গ্ৰেপ্তাৰ হ’ল মুঠ ২২জন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...