মুখ্য বাতৰি

ভাৰতীয় নাগৰিকক ইৰাণ-ইজৰাইল ভ্ৰমণ বাতিল কৰাৰ আহ্বান

ভাৰতীয় নাগৰিকক ইৰাণ-ইজৰাইল ভ্ৰমণ বাতিল কৰাৰ আহ্বান। বিদেশ মন্ত্ৰালয়ে এই সম্পৰ্কত জাৰি কৰিছে নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত দুয়োখন দেশ ভ্ৰমণ নকৰিবলৈ আহ্বান। ইজৰাইল-ইৰাণৰ...

DSC ফুটবলৰ শ্বিলং লেগৰ খিতাপ দখল ‘ফুটবল ফ’ৰ চেঞ্জ’ৰ

ফুটবল ফ’ৰ চেঞ্জ দলে ছিলঙত অনুষ্ঠিত হোৱা ১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ছিলং লেগৰ চেম্পিয়ন ট্ৰফী লাভ কৰিছে৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ...

১৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী১৬ এপ্ৰিলত গুৱাহাটীত ৰোড শ্ব’ কৰিব মোদীয়েজালুকবাৰীৰ পৰা মালিগাঁৱলৈ আৰু মাছখোৱাৰ পাৰ শুক্লেশ্বৰলৈ ৰেলীমোদীৰ ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ...

কাজিৰঙাত এতিয়া বাঘ হৈ পৰিছে পৰ্যটকৰ অন্যতম আকৰ্ষণ

কাজিৰঙাত পৰ্যটকৰ সন্মুখত সঘনে ধৰা দিছে ঢেকীয়াপতীয়াইপূৰ্বৰ তুলনাত সঘনে বাঘ দেখা পোৱাৰ সৌভাগ্য হৈছে পৰ্যটকসকলৰগহীন গম্ভীৰ বাঘৰ খোজে মন জুৰাইছে দেশী–বিদেশী পৰ্যটকৰবৃহস্পতিবাৰেও ঢেকীয়াপতীয়াই সাক্ষাৎ...

ভিয়েটনামৰ এগৰাকী মহিলা বিলিয়নাৰক বিত্তীয় খেলিমেলিৰ অভিযোগত মৃত্যুদণ্ড

ব্যৱসায়ৰ জৰিয়তে সোঁৱে–বাঁৱে ধন আহৰণ কৰি বিলিয়নাৰ হৈ পৰিছিল ভিয়েটনামৰ এগৰাকী মহিলা ব্যৱসায়ী। দেশৰ প্রখ্যাত ৰিয়েল ষ্টেট ব্যৱসায়ীৰূপে চিহ্নিত হৈ পৰিছিল তেওঁ। কিন্তু এই...

Popular