Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Live TV
Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
মুখ্য বাতৰি
দৈনিক বাতৰি
খানাপাৰাত বস্তাত উদ্ধাৰ হোৱা মৃতদেহৰ ৰহস্য! আৰক্ষীৰ জালত হত্যাকাৰী, পোহৰলৈ আহিল ১০ বছৰীয়া গোপন সম্পৰ্কৰ ভয়ংকৰ কাহিনী
অসম
পাঠশালাৰ চাৰিআলি চ’কত জুইত ভস্মীভূত কেইবাখনো দোকান, আতচবাজীৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ; ফটকা-আতচবাজী বিক্ৰীৰ অনুমতি বাতিল প্ৰশাসনৰ
অসম
১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ
মুখ্য বাতৰি
ডিচেম্বৰত বাংলাদেশলৈ উভতাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ, নতুন পাছপ’ৰ্ট আৰু NIDৰ বাবে আবেদন হাছিনাৰ। হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পথ সহজনে ?
তেলচুৰিত জড়িত বিধায়ক পুত্ৰক গ্ৰেপ্তাৰ
মুখ্য বাতৰি
NKTV Digital
-
August 5, 2024
নগাঁৱৰ ৰূপহীহাত সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা ওৰফে ৰকিবুল হুদাৰ শেষ ৰক্ষা নহ’ল। ৪৮ ঘণ্টা পলাতক হৈ থকাৰ পিছত দেওবাৰে নিশা...
প্ৰকৃতিৰ ৰোষত দিশহাৰা মানুহ
মুখ্য বাতৰি
NKTV Digital
-
August 3, 2024
প্ৰকৃতিৰ ৰোষত দিশহাৰা মানুহ। হিমাচল, ৱাইনাড় সকলোতে হাহাকাৰ। তিনি শতাধিক লোকে প্ৰাণ হেৰুৱালে কেৰালাৰ ৱাইনাড়ত। এতিয়াও চলি আছে উদ্ধাৰ অভিযান। কেৰালা চৰকাৰৰ সূত্ৰই প্ৰকাশ...
আকৌ বান, পাহাৰৰ পৰা নামি অহা ঢলে বুৰালে বিস্তীৰ্ণ অঞ্চল
মুখ্য বাতৰি
NKTV Digital
-
August 3, 2024
গোৱালপাৰাত পাহাৰৰ পৰা নামি অহা ঢলৰ ভয়াৱহ ৰূপ। মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা ঢলে মাটিয়াৰ বামুনপাৰাত ছিঙিলে বান্ধ ।দুধনৈ নৈৰ বান্ধ ছিঙি প্লাবিত হৈছে...
মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা
মুখ্য বাতৰি
NKTV Digital
-
August 3, 2024
মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। ৫ শিক্ষাৰ্থীক এফালৰ পৰা আক্ৰমণ এজন ছাত্ৰৰ। তেজেৰে ৰাঙলী হ’ল বিদ্যালয়ৰ শ্ৰেণীকোঠা। গড়চুকৰ SBOA পাব্লিক স্কুলত সংঘটিত এই...
দুলুং সংৰক্ষিত বনাঞ্চলত অব্যাহত অৰুণাচলীৰ আগ্ৰাসন
মুখ্য বাতৰি
NKTV Digital
-
August 2, 2024
এতিয়া অসমৰ ভূমিত আগ্ৰাসী অৰুণাচলীয়ে চলাইছে দপদপনি। অসমৰ সংৰক্ষিত বনাঞ্চল অৰুণাচলীয়ে কাটি এফালৰ পৰা কৰিছে তহিলং। কিন্তু ৰহস্যজনকভাৱে নিৰ্বিকাৰ অসম চৰকাৰ-প্ৰশাসন। ৰহস্যজনকভাৱে অৰুণাচলীৰ অনৈতিক...
1
...
640
641
642
...
1,423
Page 641 of 1,423
Popular
খানাপাৰাত বস্তাত উদ্ধাৰ হোৱা মৃতদেহৰ ৰহস্য! আৰক্ষীৰ জালত হত্যাকাৰী, পোহৰলৈ আহিল ১০ বছৰীয়া গোপন সম্পৰ্কৰ ভয়ংকৰ কাহিনী
NKTV Digital
-
November 9, 2026