নৱ নিৰ্বাচিত প্ৰতিনিধিসকলক ওলগ যুক্তৰাজ্য অসম সাহিত্য সভাৰ

যুক্তৰাজ্য অসম সাহিত্য সভাই এক জৰুৰীকালীন কাৰ্যনিৰ্বাহক কমিটীৰ সভাৰ দ্বাৰা অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু উপ সভাপতি পদুম ৰাজখোৱাক অভিনন্দন জনোৱাৰ লগতে নিৰ্বাচনৰ গণনাৰ সময়ত হোৱা ঘটনাৰ বাবে চূড়ান্ত উদ্বেগ প্ৰকাশ কৰি এই ঘটনা অতি অপ্ৰত্যাশিত, অশোভনীয় আৰু অপ্ৰীতিকৰ বুলি অসন্তোষ প্ৰকাশ কৰিছে।‌


এনে এখন সন্মানীয় আৰু পুৰণি অসমীয়া জাতীয় অনুষ্ঠানৰ এই কাৰ্য সম্পূৰ্ণ সংবিধান বিৰোধী। এই অৱস্থাই যুক্ত ৰাজ্য অসম সাহিত্য সভাৰ সকলো সদস্যকে লজ্জিত আৰু অসম সাহিত্য সভাৰ ভৱিষ্যত সম্পৰ্কে অতি উদ্বিগ্ন কৰিছে।
সভাই অনুৰোধ জনাইছে যে এনে ধৰণৰ অশোভনীয় ঘটনাৰ যেন পুনৰাবৃত্তি নঘটে তাকে কামনা কৰিছে।

Popular

More like this
Related

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...

অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য জ্যাকী ভাগনানীৰ

বলীউডৰ অভিনেতা, প্ৰযোজক তথা সংগীত উদ্যোগী জ্যাকী ভাগনানীৰ অসমৰ...

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...