মুখ্য বাতৰি

দেশত সুৰক্ষিত নহয় নাৰী! কলকাতাৰ পাছত উত্তৰাখণ্ড, ঝাৰখণ্ডত জঘন্য ঘটনা

কলকাতাৰ আৰ.জি কৰ মেডিকেল কলেজৰ ঘটনাই কঁপাই গৈছে দেশ। দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ধৰ্ষণ-হত্যাৰ ঘটনাই। কেৱল কলকাতাৰ চিকিৎসক ধৰ্ষণৰ ঘটনাই নহয়। এইবাৰ পোহৰলৈ আহিছে...

খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু মহিলাৰ, চিকিৎসাধীন শিশুসহ ১৩২ জন

জোনাইৰ চিমেন চাপৰিত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া হৈ মৃত্যুক সাৱটি লয় এগৰাকী মহিলাই। বৰ্তমানেও চিকিৎসাধীন হৈ আছে শিশুসহ ১৩২ জন লোক। মৃত মহিলাগৰাকী চিমেন চাপৰিৰ...

পুৱাই ভূমিকম্পৰ জোকাৰণি, হাহাকাৰ চৌদিশে

পুৱাৰ ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পই কঁপাই গ'ল আফগানিস্তান। ৰিখটাৰ স্কেলত এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৪.৮। এইপৰ্যন্ত এই ভূমিকম্পৰ ফলত কোনো ক্ষয়–ক্ষতিৰ খবৰ অহা নাই।

অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈক মোদীৰ সম্ভাষণ

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ স’তে বৃহস্পতিবাৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰি মোদীয়ে খেলুৱৈসকলক বিভিন্নধৰণে উৎসাহিত...

বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী

বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী...

Popular