৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই হাহাকাৰ

৭.৫ প্ৰাবল্যৰ ভূমিকম্পত কঁপিল দক্ষিণ আমেৰিকা। ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে পুৱা ৭.৪৬ বজাত এই ভূমিকম্প। আটলাণ্টিক, প্ৰশান্ত মহাসাগৰৰ সংযোগস্থল ভূমিকম্পৰ অভিকেন্দ্ৰ। সাগৰপৃষ্ঠৰ ৩৬ কিলোমিটাৰ গভীৰত ভূমিকম্প। সমগ্ৰ এলেকাত ছুনামিৰ হাইএলাৰ্ট জাৰি প্ৰশাসনৰ। বৰ্তমানলৈ জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...