মুখ্য বাতৰি

মণিপুৰত পুনৰ গোষ্ঠীগত সংঘৰ্ষ, ২৪ ঘণ্টাত ৫জনৰ মৃত্যু; ২জন কুকি যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোক

২০২৩ চনৰ ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱা মণিপুৰত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘণ্টাৰ...

১ জানুৱাৰীৰ পৰা বিমানৰ টিকটৰ ভাড়াৰ ক্ষেত্ৰত নতুন নিয়ম, অত্যধিক ভাড়া আদায় কৰিলে হস্তক্ষেপ কৰিব কেন্দ্ৰই; চাহিদা অনুসৰি ভাড়া নিৰ্ধাৰণ কৰিব বিমান সংস্থাই

বিমান যাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা দেশত কাৰ্যকৰী হ’ব বিমানৰ টিকটৰ ভাড়া নিৰ্ধাৰণৰ নতুন নীতি। ‘ভাৰতীয় বায়ুযান নিয়ম, ২০২৬’ (Indian...

মাজুলীৰ পৰ্যটনত নতুন সংযোজন! মাজুলীত এইবাৰ পৰ্যটকৰ বাবে চলিব অত্যাধুনিক ডাবল ডেকাৰ বাছ; বাছৰ পৰাই উপভোগ কৰিব পাৰিব মাজুলীৰ সংস্কৃতি, প্ৰাকৃতিক বৈভৱ

পৰ্যটকৰ বাবে এক বিশেষ উপহাৰ! এইবাৰ বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীত চলাচল কৰিব অত্যাধুনিক ডাবল ডেকাৰ বাছ। বাছখনত উঠিয়েই পৰ্যটকে উপভোগ কৰিব পাৰিব মাজুলীৰ মনোমোহা...

হোলোঙাপাৰ গিবন অভয়াৰণ্যত পুখুৰী খননক লৈ বিতৰ্ক, বন বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন; চৰকাৰী ধনৰ সদ্ব্যৱহাৰক লৈ সন্দেহ প্ৰকাশ সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ

মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ভিতৰত বন বিভাগে পুখুৰী খননৰ কাম হাতত লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বন্যপ্ৰাণীৰ খোৱাপানীৰ সুবিধাৰ্থে SOPD আঁচনিৰ অধীনত খন্দা...

এতিয়া আৰু অকলশৰীয়া নহয় কৰবী দেৱীৰ পৰিয়াল, NKTV PLUSত প্ৰকাশিত বাতৰিৰ পিছতে সলনি হ’ল পৰিস্থিতি

Nktv বাতৰিৰ প্ৰভাৱ। অসহায় এটা পৰিয়ালৰ বাতৰি সম্প্ৰচাৰ হৈছিল NKtv plusত। নাছিল ঘৰ, বেংক একাউণ্ট, জব কাৰ্ডৰ লগতে অন্য আচঁনিৰ সুবিধা।ভঙা জুপুৰিত বসবাস কৰিছিল...

Popular