মুখ্য বাতৰি

হানী ট্ৰেপিঙৰ জালত বেংক মেনেজাৰ; লুটিলে ৩.১৫ লাখ টকা

যোৰহাটত হানী ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযোগ অনুসৰি, প্ৰথমে চিনাকি, তাৰ পিছত ঘনিষ্ঠতা আৰু শেষত ব্লেকমেইলিং। এনেদৰে কৌশলেৰে ধন সংগ্ৰহ কৰিছিল এটা চক্ৰই। চক্ৰটোৰ...

মাজুলীত বিধ্বস্ত পথৰ ভয়ংকৰ পৰিণতি; চিকিৎসালয় পোৱাৰ পূৰ্বেই বাহনতে সন্তান প্ৰসৱ

মাজুলীত বিধ্বস্ত বাট-পথে উদঙাইছে উন্নয়নৰ আন এক ছবি। বিধ্বস্ত পথৰ বাবে জৰুৰীকালীন সময়তো এম্বুলেন্স সেৱা উপলব্ধ নোহোৱাৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে লোহিতখাবলু-যোগীবাৰী অঞ্চলত সংঘটিত...

ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ কৰুণ মৃত‍্যু

ভূগৰ্ভস্ত টেংকীত বিষাক্ত গেছ। উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ কৰুণ মৃত‍্যু। এখন গুৰুকুলত ছাবমাৰ্চিবল টেংক পৰিষ্কাৰ কৰাৰ সময়তবিষাক্ত গেছৰ সংস্পৰ্শলৈ অহাত মৃত্যুক আকোঁৱালি লয়...

১২০খন চৰকাৰী চাকৰিৰ বাবে আবেদন; তিনিখন ‘বুক অৱ ৰেকৰ্ডছ’ত নাম দীপজ্যোতিৰ

আমগুৰিৰ এগৰাকী যুৱকৰ অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাই লাভ কৰিছে বিশেষ স্বীকৃতি। শিৱসাগৰৰ কালুগাঁও খেমদৈ কাকতি গাঁৱৰ দীপজ্যোতি কাকতিয়ে ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত...

মুদ্ৰাস্ফীতিৰ মাজতে ডাঙৰ সিদ্ধান্ত RBIৰ; RBI-এ বৃদ্ধি কৰিলে ৰেপো ৰেট, ৫.২৫ শতাংশৰ পৰা ৫.৫ শতাংশলৈ বৃদ্ধি ৰেপো ৰেট

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত অনুষ্ঠিত মনিটাৰী পলিচি কমিটিৰ...

Popular