মুখ্য বাতৰি

২০২৯ চনলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকিব পাৰিবনে ট্ৰাম্প? নিৰ্বাচনত পৰাজয়ৰ বাবে ট্ৰাম্পক দোষাৰোপ জে ডি ভান্সৰ, ৰিপাব্লিকান দলত তীব্ৰ সংঘাত

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত ৰিপাব্লিকান পাৰ্টিৰ ভিতৰচ'ৰাত আৰম্ভ হৈছে তীব্ৰ মতানৈক্য। ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নেতৃত্বাধীন দলটোৱে কংগ্ৰেছৰ ছিনেট আৰু প্ৰতিনিধি...

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ ভয়াৱহ বিমান আক্ৰমণ, নিহত কমেও ৪০জন; ধ্বংসাৱশেষৰ তলত আবদ্ধ বহু সংখ্যক লোক

ইউক্ৰেইনৰ দক্ষিণ-পূব অঞ্চলৰ জাপোৰিঝিয়াৰ কমিছুভাখা (Komyshuvakha) গাঁৱৰ এটা সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ ভয়াৱহ বিমান আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণত কমেও ৪০জন লোক নিহত...

তিনি বছৰ ধৰি নিৰুদ্দেশৰ পিছত ফ্ৰীজাৰত ওলাল মহিলাৰ মৃতদেহ। নিৰুদ্দেশৰ আঁৰত লুকাই থকা ভয়ংকৰ সত্যই এতিয়া জোকাৰি গৈছে সমগ্ৰ পৃথিৱী

এগৰাকী মহিলাৰ এটা নতুন জীৱন গঢ়াৰ সপোন। প্ৰিয় পাঁচটা পোহনীয়া গিনিপিগক লগত লৈ পৰ্তুগাললৈ যোৱাৰ প্ৰস্তুতি। পৰিকল্পনা প্ৰায় সম্পূৰ্ণ হৈছিল, কিন্তু সেই যাত্ৰা কেতিয়াও...

‘চিকু’ৰ পৰা ‘কিং কোহলী’লৈ বিৰাটৰ যাত্ৰা! জন্মদিনত জানক ভাৰতীয় ক্ৰিকেটৰ ৰান মেচিনৰ নজনা কিছু কথা

ভাৰতীয় ক্ৰিকেটৰ অন্যতম জনপ্ৰিয় আৰু সফল বেটছমেন বিৰাট কোহলী। আজি ৫ নৱেম্বৰ। ১৯৮৮ চনৰ আজিৰ দিনটোতে দিল্লীত জন্মগ্ৰহণ কৰিছিল বিৰাট কোহলীয়ে। ৩৮ বছৰত ভৰি...

উদয়পুৰৰ কোম্পানীত ওলাইছে অদ্ভুত চাকৰি; ইনষ্টাগ্ৰামত ৰীলছ চাই উপাৰ্জন কৰিব পাৰিব ধন! জানক কেনেকৈ কৰিব আবেদন

চাকৰি বিচাৰি থকাসকলৰ বাবে এইবাৰ আহিছে এক ব্যতিক্ৰমী সুযোগ। দিনটোৰ অধিকাংশ সময় ইনষ্টাগ্ৰামত ৰীলছ চাই কটাব লাগিব, লগতে কোনটো ভিডিঅ’ ভাইৰেল হৈছে আৰু কি...

Popular