মুখ্য বাতৰি

শান্তি আলোচনাৰ বাবে সাজু ৰাছিয়া-ইউক্ৰেইন! কিন্তু লাগিছে আউল…

শান্তি আলোচনাৰ বাবে সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি। কিন্তু বেলাৰুছত এই শান্তি আলোচনা অনুষ্ঠিত কৰাৰ পক্ষত নাই ৰাষ্ট্ৰপতি জেলেনস্কি। এক ভিডিঅ' বাৰ্তাত জেলেনস্কিয়ে কয় যে,...

ৰাজধানী কিয়েভ দখলৰ দিশে ৰুছ সেনা!

চতুৰ্থ দিনাও ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ প্ৰচণ্ড আক্ৰমণৰাজধানী কিয়েভ দখলৰ দিশে ৰুছ সেনাকিয়েভৰ ওপৰত ধাৰাবাহিক মিছাইল আক্ৰমণবোমাৰে উৰুৱালে কিয়েভৰ তেল ডিপোখাৰ্কিভৰ গেছ পাইপলাইন উৰুৱালে বোমাৰেইউক্ৰেইনৰ...

GMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত মহিলাৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী চিকিৎ‍সা মহাবিদ্যালয়ত মৃতদেহ উদ্ধাৰGMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ মহিলাৰ মৃতদেহমৃত মহিলাগৰাকী ২১ বছৰীয়া আয়েচা খাটুনমহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান ভৰ্তি হৈ আছিল GMCHতনিশা...

৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট!

চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সৰ তদন্ত। ৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট। শিলচৰৰ ৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা ক্ৰাইম ব্ৰান্সৰ। চুপাৰি মাফিয়া অঞ্জন...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ আজি দেহৰ অসুস্থতা আৰু মানসিক অশান্তি কাৰক হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থী, শিল্পীৰ উৎসাহ বৃদ্ধি আৰু উন্নতিৰ...

Popular