মুখ্য বাতৰি

ক’ভিডশূন্য হোৱাৰ দিশে অসম!

ক’ভিডশূন্য হোৱাৰ দিশে অসম। যোৱা ২৪ ঘণ্টাত অসমত ১১জন লোকৰ দেহত পোৱা গৈছে ক’ভিড ভাইৰাছ। ২৪ ঘণ্টাত ৰাজ্যত ২,৩৫৮জন লোকে কভিড টেষ্ট কৰিছিল। তাৰ...

চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰিবলৈ কিয় ইউক্ৰেইনলৈ যায় ভাৰতীয় শিক্ষাৰ্থী?

ৰাছিয়াই কৰা যুদ্ধ পৰিস্থিতিৰ মাজতে ইউক্ৰেইনত আবদ্ধ হৈ আছে শ শ ভাৰতীয়। ইয়াৰ ভিতৰত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ ইউক্ৰেইনলৈ অহা ভাৰতীয়ৰ সংখ্যাও যথেষ্ট বেছি।...

ৰাছিয়াৰ পক্ষত কোন? ইউক্ৰেইনৰ পক্ষত কোন?

ৰাছিয়াৰ ঘনিষ্ঠ সহযোগী কিউবাই পুটিনৰ কাৰ্যকলাপক সমৰ্থন কৰিব। আৰ্মেনিয়া, কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান আৰু বেলাৰুছে ৰাছিয়াক সমৰ্থন কৰিব। সংঘৰ্ষৰ ক্ষেত্ৰত ৰাছিয়াৰ বিৰুদ্ধে উত্থানৰ যিকোনো আহ্বান আজাৰবাইজানেও...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত অনুকূল৷ বৃষঃ কিছু...

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জা কেন্দ্ৰৰ

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জাএয়াৰ ইণ্ডিয়া বিমানেৰে কেইদিনমানৰ ভিতৰতে ওভতাই অনা হ’বওভতনি যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত চৰকাৰেপ্রথমে ছাত্র-ছাত্রীসকলক অনাৰ পৰিকল্পনা কৰিছে...

Popular