প্লাষ্টিকৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড, লাখ লাখ টকাৰ সামগ্ৰী ভস্মীভূত

0 21

ৰাজ্যত কেইবাটাও স্থানত অগ্নিকাণ্ড। এইবাৰ শিলচৰৰ চিৰুয়াকান্দিত বিধ্বংসী জুই। এটা প্লাষ্টিকৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড। চিৰুয়াকান্দিস্থিত এই অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় কেইবা লাখ টকাৰ প্লাষ্টিকৰ সা-সামগ্ৰী৷ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ প্ৰায় ৩ ঘণ্টাজোৰা চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আহে৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ।

Leave A Reply

Your email address will not be published.