বস্তাৰ উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড, লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ উদ্যোগটো

মহনগৰীৰ সমীপতে অগ্নিকাণ্ডৰ সূত্ৰপাত। যোৰাবাটৰ ১৫ মাইলস্থিত এটি বস্তাৰ উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ উদ্যোগটো। ক’ৰ পৰা কেনেদৰে এই জুইৰ সূত্ৰপাত হ’ল বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা জুই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...