কলেজত চোৰৰ লুটপাত, অধ্যক্ষৰ কোঠাৰ পৰা নোহোৱা হ’ল ১০ লক্ষ টকাৰ সামগ্ৰী

ৰাজ্যত পুনৰ চুৰিকাণ্ড। এইবাৰ উচ্চ শিক্ষানুষ্ঠানত চোৰৰ টিঘিলঘিলনি। হাটশিঙিমাৰী মহাবিদ্যালয়ত চোৰৰ চাফাই অভিযান। নিশা অধ্যক্ষৰ কোঠাৰ পৰা চোৰে লুটিলে দুটা কম্পিউটাৰ, ইনভাৰ্টাৰসহ প্ৰায় ১০ লক্ষাধিক টকাৰ সামগ্ৰী। অধ্যক্ষৰ কোঠাৰ খিৰিকী ভাঙি চোৰ সোমাইছিল ভিতৰত। ঘটনা সন্দৰ্ভত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অনুসন্ধান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অশান্ত অঞ্চল’ ; উত্তৰ-পূবৰ কোন কোন স্থানক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ?

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন,...

ডি আৰ কংগোত ভয়ংকৰ বিমান দুৰ্ঘটনা; কাৰিকৰী বিজুতিয়ে প্ৰাণ ল’লে ১৪ জনৰ

ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত (ডি আৰ কংগো) সংঘটিত এক...

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...