মুখ্য বাতৰি

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেমত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য...

কাছাৰত গ্ৰেপ্তাৰ কুখ্যাত কয়লা মাফিয়া চাৰিমুল হকক

কাছাৰৰ কাটিগড়াত গ্ৰেপ্তাৰ কুখ্যাত কয়লা মাফিয়াকয়লা মাফিয়া চাৰিমুল হকক গ্ৰেপ্তাৰ আৰক্ষীৰচাৰিমুলৰ লগতে গ্ৰেপ্তাৰ আন ছজন কয়লা ব্যৱসায়ীকপুৱতি নিশা কালাইন বাৰৈতলীত গ্ৰেপ্তাৰ কয়লা মাফিয়াকেইজনকদীৰ্ঘদিন ধৰি...

জুইৰ সেক লৈ থাকোঁতে অগ্নিদগ্ধ এজন!

গুৱাহাটীৰ নুনমাটিত শোকাৱহ ঘটনা। হঠাৎ জুইত পৰি অগ্নিদগ্ধ এজন। পথৰ কাষত জুইৰ সেক লৈ আছিল লোকজনে। হঠাৎ জুইত পৰি যায় পদপথত থকা লোকজন। স্থানীয়...

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজিৰ ঐতিহাসিক হাবুং

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজিৰ ঐতিহাসিক হাবুং। মুখ্যমন্ত্ৰীয়ে পুৱা ১০ বজাত এক মাংগলিক অনুষ্ঠানেৰে শুভাৰম্ভ কৰিব। চাও-চেন-ৰেণত পূজা-অৰ্চনা কৰাৰ পিছতে দৰ্শনাৰ্থীলৈ মুকলি হ’ব হাবুং। স্বৰ্গদেও...

এইবাৰ IPL নিলামত ভূটানৰ ক্ৰিকেটাৰ!

আগন্তুক IPL নিলামৰ বাবে অতি আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে। ফ্ৰেঞ্চাইজি সকলে কোন খেলুৱৈ কিমান টকাত ক্ৰয় কৰিব তাকে চাবলৈ এতিয়া অপেক্ষা কৰিছে ক্ৰিকেট...

Popular