মুখ্য বাতৰি

IPLৰ পূৰ্বে ৰাজ্যত ফুটবল জ্বৰ, ঘূৰি আহিছে ফুটবলৰ সোণালী দিন!

দেশজুৰি IPLক লৈ চৰ্চাৰ মাজতে অসমত ক্ৰিকেটৰ সমান্তৰালভাবে আৰম্ভ হৈছে ফুটবল জ্বৰ। ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰথমবাৰলৈ জজ ফিল্ডৰ লগতে কামৰূপৰ...

আজি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে

আজি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে। বৃহস্পতিবাৰে বিজেপি বিধায়িনী দলৰ নেতা ৰূপে নিৰ্বাচিত হৈছে আদিত্যনাথ। উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব কেশৱ প্ৰসাদ...

কোনো বিষয়াই বিনা অনুমতিত জিলা এৰি যাব নোৱাৰিব, কঠোৰ নিৰ্দেশনা

কোনো বিষয়াই বিনা অনুমতিত জিলা এৰি যাব নোৱাৰিব। জাননী নিদিয়াকৈ বা অনুমতি নোলোৱাকৈ জিলা এৰি গ'লে ব্যৱস্থা ল'ব উপায়ুক্তই। মৰিগাঁও জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা।...

২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ১,৯৩৮ জন

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১,৯৩৮ জন লোক। বুধবাৰতকৈ কিছু পৰিমাণে বৃদ্ধি পাইছে বৃহস্পতিবাৰে দেশত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা। ৩১ মাৰ্চৰ...

বাবা থানৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নুমলীগড়ত এখন বাইকক মহতিয়াই নিলে অজ্ঞাত বলেৰ' বাহনে। নুমলীগড়ৰ বাবা থানৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।...

Popular