কঁঠালৰ মুচিয়ে হাই প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে, কঁঠালৰ মুচিৰ ৮টা আচৰিত পুষ্টিগুণ

বতৰৰ ফল কঁঠালৰ মুচিৰ আছে বহু ঔষধি গুণ। কঠালৰ মুচিত থাকে প্ৰচুৰ পৰিমানে ভিটামিন এ। ই দৃষ্টিশক্তি ভাল ৰাখে। ই ৰেটিনাৰ ক্ষতি প্ৰতিহত কৰাৰ লগতে চকুৰ সামগ্ৰিক স্বাস্থ্যৰ যত্ন লয়। কলি কঠালত থকা ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কঠালৰ মুচি এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎ‍স। ই কৰ্কট ৰোগ আৰু টিউমাৰ হোৱাত প্ৰতিৰোধ কৰে। এণ্টিঅক্সিডেণ্টে ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে। কেঁচা কঠাল উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো সহায়ক হয় আৰু হৃদযন্ত্ৰও স্বাস্থ্যৱান কৰে। ই হজম বৃদ্ধি কৰি পাকস্থলীৰ স্বাস্থ্য উন্নত কৰে। আইৰণৰৰ উপস্থিতিৰ বাবে, এনিমিক ৰোগীয়েও কঠাল খোৱাটো প্ৰয়োজন। কঠালত থকা কেলচিয়ামে হাড়ৰ গঠন শক্তিশালী কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...