দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত ২,৮২৭জন

0 18

দেশত অব্যাহত ক’ভিডৰ সংক্ৰমণ। দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত ২,৮২৭জন। বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ২৪ জনৰ। দেশত ক’ভিডৰ সংক্ৰমণৰ হাৰ ০.৯৮ শতাংশ। বৰ্তমান দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৯,০৬৭জন। দেশত ক’ভিডৰ আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ।

Leave A Reply

Your email address will not be published.