মুখ্য বাতৰি

পুনৰ চুইডেনৰ প্ৰধানমন্ত্ৰী পদত স্থলাভিষিক্ত মেগডেলেনা এণ্ডাৰছন

চুইডেনৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী মেগডেলেনা এণ্ডাৰছনে ২০২১ বৰ্ষৰ ২৪ নৱেম্বৰত প্ৰধানমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিছিল। যদিও, ৰাজনৈতিক অস্থিৰতাই মেগডেলেনা এণ্ডাৰছনক প্ৰধানমন্ত্ৰীৰ পদগ্ৰহণৰ কেইঘণ্টামানৰ...

ভাৰত : এদিনতে মৃত্যু হৈছে ২,৭৯৬ জন ক’ভিড আক্ৰান্তৰ

দেশত পুনৰ বৃদ্ধি পাইছে ক'ভিডত মৃত্যুৰ সংখ্যা। এদিনতে মৃত্যু হৈছে ২,৭৯৬ জন ক'ভিড আক্ৰান্তৰ। দেশত অ'মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা ২১ জনলৈ বৃদ্ধি। পুনেত নতুনকৈ...

ক’ভিড ৰোগী বৃদ্ধি হ’লে মুকলি কৰা হ’ব সৰুসজাই ক’ভিড হাস্পতাল

ক’ভিড পৰিস্থিতি চম্ভালিবলৈ সাজু স্বাস্থ্য বিভাগ। ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি হ’লে মুকলি কৰা হ’ব সৰুসজাই ক’ভিড হাস্পতাল। আজি এই কথা প্ৰকাশ কৰে...

অ’মিক্ৰন : আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ ওলালেও কোৱাৰেণ্টিন বাধ্যতামূলক

অ'মিক্ৰনক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা - আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক'ভিড পৰীক্ষাৰ ৰিপ'ৰ্ট নিগেটিভ ওলালেও ৭ দিনৰ কোৱাৰেণ্টিনত থকাটো...

আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

আজি ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ২১ সংখ্যক ভাৰত–ৰাছিয়া শীৰ্ষ সন্মিলনত মিলিত হ’ব। ২০১৯ৰ নৱেম্বৰত ব্ৰাজিলিয়াত BRICS শীৰ্ষ...

Popular