মুখ্য বাতৰি

কৰতেৰে ৰেপি পত্নীক হত্যাৰ অপচেষ্টা, আৰক্ষীৰ জালত স্বামী মাৰ্কুছ

শিহৰণকাৰী ঘটনা। কৰেতেৰে ৰেপি পত্নীক হত্যাৰ অপচেষ্টা। ঢেকিয়াজুলিৰ চপাই বৰঝাৰ লাইনত পত্নীক হত্যাৰ অপচেষ্টা স্বামীৰ ৷ শ্ৰমিক মাৰ্কুছ কাণ্ডুলনাই পত্নী ফিলমিনা কাণ্ডুলনাক হত্যাৰ অপচেষ্টা...

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ মাৰাথন অভিযান, জালত ৪ সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কচুৱাৰ গেৰজাইপামত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন কামৰুল ইছলামক জেইল হাজোতলৈ প্ৰেৰণ কৰা...

পাঠদান চলি থকাৰ মাজতে গাত খহি পৰিল খিৰিকীৰ ৰেলিং, হাস্পতালত ভৰ্তি ৩ ছাত্ৰীক

শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ মাজতে ৩ ছাত্ৰীৰ গাত শ্ৰেণীকোঠাৰ ভিতৰৰে খিৰিকীৰ লোৰ ৰেলিং খুলি পৰাত আহত ৩গৰাকী ছাত্ৰী। ততাতৈয়াকৈ আহত ছাত্ৰীকেইগৰাকীক শুৱালকুছি FRUত ভৰ্তি...

কাইলৈৰ পৰা ১ মে’লৈ অনুষ্ঠিত হ’ব কিষাণ ক্ৰেডিট কাৰ্ড সংপৃক্ত অভিযান

২৪ এপ্ৰিলৰ পৰা ১ মে' লৈ অনুষ্ঠিত হ'বলগীয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ সংপৃক্ত অভিযান। সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। সোণাৰিত...

হয় ময়েই চুৰি কৰিছিলো…চোৰে নিজ মুখে কৈ গ’ল চুৰিকাণ্ডৰ কথা, ৰাইজৰ ৰোষত গভাইত চোৰ!

চোৰে নিজ মুখে কৈ গ'ল চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা৷ ৰঙালীৰ আনন্দ-উত্সাহৰ সুযোগ লৈছে চোৰে। এইবাৰ গৰৈমাৰীৰ জোৰশিমুলীত ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে দুটাকৈ চাইকেল চোৰক।...

Popular