মুখ্য বাতৰি

নগাঁৱৰ ADP কলেজৰ অধ্যক্ষক নিলম্বন!

নগাঁৱৰ ADP কলেজৰ অধ্যক্ষক নিলম্বনঅধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতীক নিলম্বনউচ্চ শিক্ষা সঞ্চালকে নিলম্বন কৰে ভাগৱতীকভাগৱতীৰ বিৰুদ্ধে সহকৰ্মীক যৌন আতিশয্যৰ অভিযোগদুগৰাকী অধ্যাপিকাই ভাগৱতীৰ বিৰুদ্ধে তুলিছিল অভিযোগ২...

বৰাগাঁও আৰু বামুণীমৈদাম হত্যাকাণ্ডৰ তদন্তৰ বাবে SIT গঠন

বৰাগাঁও আৰু বামুণীমৈদাম হত্যাকাণ্ডৰ তদন্তৰ বাবে SIT গঠনউপ আৰক্ষী আয়ুক্ত নৱনীত মহন্ত আৰু DCP দিগন্ত চৌধুৰীৰ নেতৃত্বত গঠন SITনৱনীত মহন্তৰ নেতৃত্বত SIT-এ তদন্ত কৰিব...

ঈশ্বৰে সৃষ্টি কৰা মানুহৰ ভিতৰত মই আটাইতকৈ সৎ

'ঈশ্বৰে সৃষ্টি কৰা সকলো মানুহৰ ভিতৰত ডোনাল্ড ট্ৰাম্পে আটাইতকৈ সৎ মানুহ' এই কথা দাবী কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। নিজৰ বিৰুদ্ধে চলি থকা...

টাইৱান আক্ৰমণ কৰিব নেকি চীনে?

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা পিছত এইবাৰ ৰঙাচীনে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে টাইৱানক। চীনৰ আক্ৰমণৰ পৰা টাইৱানৰ জনসাধাৰণে নিজকে কেনেকৈ ৰক্ষা কৰিব লাগিব তাৰ...

মুক্তিৰ পূৰ্বে বক্সঅফিচত খলকনিৰ সৃষ্টি কৰিছে KGF2য়ে

দাক্ষিণাত্যৰ চলচ্চিত্ৰই এতিয়া সমগ্ৰ ভাৰততে সৃষ্টি কৰি আছে খলকনিৰ। এখনৰ পিছত এখন ছবিয়ে জোকাৰি গৈছে বক্স অফিচ। শেহতীয়াকৈ মুক্তি লাভ কৰা RRR আৰু পুষ্পাই...

Popular