নীতি আয়োগৰ প্ৰতিবেদনত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ দ্বিতীয় স্থান দখল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ ৬৬টা মন্ত্ৰালয়ৰ ভিতৰত নীতি আয়োগৰ প্ৰতিবেদনত দ্বিতীয় স্থান লাভ কৰিছে। তথ্য প্ৰশাসন গুণগত মান সূচকৰ ওপৰত নীতি আয়োগৰ প্ৰতিবেদনত কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা লাভ কৰা আঁচনিৰ ৰূপায়ণৰ ভিত্তিত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ প্ৰদৰ্শন মূল্যায়ন কৰা হৈছে।

এখন নতুন ভাৰত গঢ়ি তোলাৰ যাত্ৰাত অৰিহণা আৰু সহযোগিতা যোগোৱাৰ বাবে আৰু এই অনন্য কৃতিত্ব অৰ্জন কৰাৰ বাবে মন্ত্ৰালয়ৰ সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে। নীতি আয়োগৰ ডিএমইঅ’ৰ এই জৰীপত দ্বিতীয় স্থান সুৰক্ষিত কৰিবলৈ মন্ত্ৰালয়টোৱে ৫ৰ ভিতৰত ৪.৮ নম্বৰ লাভ কৰিছে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...