মুখ্য বাতৰি

আৰক্ষীৰ জালত মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ছেলিম

অৱশেষত আৰক্ষীৰ জালত পৰিল মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ছেলিম। নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তুলিছিল ছেলিমে। আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা...

লতা মংগেশকাৰৰ দেহাৱসানত পাকিস্তানৰ শ্ৰদ্ধাঞ্জলি

সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ দেহাৱসানত পাকিস্তানৰ শ্ৰদ্ধাঞ্জলি। লতা মংগেশকাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। তেওঁৰ মৃত্যুত পৃথিৱীয়ে এগৰাকী মহান শিল্পীক হেৰুৱালে। তেওঁৰ গীতত...

ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে ভাল খবৰ

মাক্ৰ’ফাইনেন্সৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা। মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে ভাল খবৰ। এপ্ৰিলৰ ভিতৰত আবেদন কৰিব পাৰিব ১৪ লাখ মহিলাই। এক এপ্ৰিলৰ পৰা...

দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত ১ লাখ ৭ হাজাৰ লোক

সমগ্ৰ দেশত অপৰিবৰ্তিত ক’ভিড পৰিস্থিতি। দেওবাৰে দেশত ক’ভিডত আক্ৰান্ত হৈছে ১ লাখ ৭ হাজাৰ ৪৭৪ জন লোক। একেদিনাই মৃত্যু হৈছে ৮৬৫ জন ক’ভিড আক্ৰান্ত...

১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যবাসীলৈ ভাল খবৰ

•মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা •১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যবাসীলৈ বৃহৎ সকাহ•ৰাজ্যৰ পৰা আঁতৰিব ক’ভিডৰ সকলো নিষেধাজ্ঞা!•নাথাকিব কোনো কাৰ্ফিউ, ক’ভিডৰ নীতি-নিৰ্দেশনা•ক’ভিডৰ সংক্ৰমণ বৃদ্ধি নহ’লে প্ৰত্যাহাৰ হ’ব...

Popular