বাইক ষ্টান্ট কৰিবলৈ গৈ গ্লেমাৰ আৰু পালছাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ

ভয়ংকৰ পথ দুৰ্ঘটনা! জোনাইৰ ৫১৫ নং টাকেৰ তিনিআলিত সংঘটিত পথ দুৰ্ঘটনা। বাইক ষ্টান্ট কৰিবলৈ গৈ গ্লেমাৰ আৰু পালছাৰ বাইকৰ মাজত সংঘৰ্ষ।

ঘটনাত ৫জন বাইক আৰোহী গুৰুতৰভাৱে আহত। সংকটজনক অৱস্থাত ৫ যুৱকক ডিব্ৰুগড়লৈ প্ৰেৰণ। ৰাজপেগু, ৰামাণুজ দলে, মোহন পেগু, ইয়ামেত পেগু, গমশ্বেৰ দলে গুৰুতৰভাৱে আহত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...