বৰপেটাৰ অধিবক্তা ৰিনিমা বেগমক হত্যা: নতুনকৈ ৩ অভিযুক্তক আটক

  • বৰপেটাৰ অধিবক্তা ৰিনিমা বেগমক হত্যা: নতুনকৈ ৩ অভিযুক্তক আটক
  • আৰক্ষীৰ জালত মৃতক ৰিনিমা বেগমৰ বৌৱেকসহ তিনি অভিযুক্ত
  • আটকাধীন জাকিৰ আলী, তিৰা আলী, মুনমুন বেগম
  • ইয়াকে ধৰি কৰায়ত্ত অভিযুক্তৰ সংখ্যা পাঁচগৰাকীলৈ বৃদ্ধি
  • অধিবক্তা ৰিনিমাৰ জ্যেষ্ঠ ভাতৃ হাৰুণ আলীৰ পত্নী মুনমুন বেগম
  • আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন বাপন আলী নামৰ আন এজন অভিযুক্তৰ
  • মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল এজন চিকিৎসকসহ দুজনক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...