একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি হৈছে পেট্ৰল-ডিজেলৰ দাম!

একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি হৈছে পেট্ৰল-ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত ৮৯ পইচা আৰু ডিজেলত ৬৮ পইচা বৃদ্ধি। পেট্ৰল ক্ৰমে ২১ মাৰ্চত ৩২ পইচা, ২২ মাৰ্চত ৮৮ পইচা, ২৩ মাৰ্চত ৮৯ পইচা আৰু ডিজেল ক্ৰমে ২১ মাৰ্চত ২৫ পইচা, ২২ মাৰ্চত ৬৯ পইচা, ২৩ মাৰ্চত ৬৮ পইচা বৃদ্ধি। তিনিটা দিনত পেট্ৰলৰ মূল্যবৃদ্ধি হ’ল ২.০৯ টকা আৰু আৰু ডিজেলৰ মূল্যবৃদ্ধি হ’ল ১.৬২ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...