কাছাৰত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ’ল এজনৰ

কাছাৰৰ উধাৰবন্ধত শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ’ল এজনৰ। মৃত লোকজন কাছাৰৰ দৰগাকোনাৰ জিন্টু দাস। বিদ্যুৎৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় শ্ৰমিকজনৰ। অসম ইলেকট্রিক এজেন্সিৰ এজন অস্থায়ী কৰ্মী আছিল মৃত জিন্টু দাস।

উধাৰবন্ধ বিদ্যুত বিভাগৰ গাফিলতিৰ এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...