টেম্প’ত ছাগলী চুৰি কৰিবলৈ লওঁতে জালত গভাইত চোৰ

ৰাইজে কৰায়ত্ত কৰিলে বাহনসহ এটা গভাইত চোৰ। নগাঁও জিলাৰ চামগুৰিৰ ফুকনতলত সংঘটিত হৈছে এই ঘটনা। এখন টেম্প’ লৈ ছাগলী চুৰি কৰিবলৈ যাওঁতেই হাতে-লোটে ধৰা পৰিল চোৰটো। ৰাইজে উত্তম-মধ্যম সোধাই চোৰটোক গতালে চামগুৰি আৰক্ষীক।

ধৃত চোৰটোৰ ঘৰ চামগুৰিৰ পেনাইত। দীৰ্ঘদিন ধৰি অঞ্চলটোত এটা দুৰ্ধৰ্ষ গৰু-ছাগলী চুৰি চক্ৰই উপদ্ৰৱ চলাই অহাৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...