ছেলা পাছ পাৰ হৈ আপুনি বাৰু টাৱাঙলৈ গৈছেনে?

ছেলা পাছ পাৰ হৈ আপুনি বাৰু টাৱাঙলৈ গৈছেনে? বৰফাবৃত ছেলা পাছে আপোনাৰ যাত্ৰা হয়তো ৰোমাঞ্চকৰ কৰি তুলিছিল। কিন্তু অহা জুন মাহৰপৰা এই ছেলা পাছ আপোনাৰ বাবে হৈ পৰিল অতীত। কাৰণ এতিয়া ছেলা পাছৰ তলেদি নিৰ্মাণ হৈছে সুবিশাল সুৰংগ, যিয়ে সহজ কৰি তুলিব টাৱাং যাত্ৰা। এক প্ৰতিবেদন।

অৰুণাচলৰ ছেলা পাছৰ তলেদি নিৰ্মাণ হৈছে ছেলা সুৰংগ

টাৱাঙৰে সকলো বতৰ অনুকূল পথৰ সৃষ্টি কৰিব এই সুৰংগই

ছেলা সুৰংগই ব’মডিলা-টাৱাঙৰ দূৰত্ব কমাব প্ৰায় ১০ কিলোমিটাৰ

যাতায়াতৰ বাবে সাজু ৬৮৭ কোটি টকা ব্যয় সাপেক্ষ এই সুৰংগ

ইয়াৰে প্ৰথমটো সুৰংগৰ দৈৰ্ঘ্য হৈছে ৪৭৫ মিটাৰ

দ্বিতীয়টো সুৰংগৰ দৈৰ্ঘ্য হৈছে ১,৭৯০ মিটাৰ

এতিয়া ছেলা পাছৰ শীৰ্ষলৈ গাড়ী লৈ যোৱাৰ প্ৰয়োজন নহ’ব

৯,৮০০ ফুট উচ্চতাত ছেলা পাছৰ তলেদি সেই সুৰংগ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...