মাজুলীৰ ভকতচাপৰিলৈ ব্ৰহ্মপুত্ৰৰ ভাবুকি

বাৰিষাৰ পূৰ্বেই গৰাখহনীয়াৰ কবলত পৰিছে মাজুলীৰ ভকতচাপৰিৰ বিস্তীৰ্ণ অঞ্চল। ভকতচাপৰিৰ প্ৰায় ১৭খনকৈ গাঁৱৰ ৰাইজে এতিয়া কটাইছে নিদ্ৰাহীন ৰাতি। জলসম্পদ বিভাগৰ কোনো আঁচনিয়েই সফল হোৱা নাই অঞ্চলটোত। সমান্তৰালকৈ কলিয়াবৰৰ শিলঘাটতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই।

মাজুলীৰ ভকতচাপৰিলৈ ব্ৰহ্মপুত্ৰৰ ভাবুকি

খহনীয়াত শংকিত ভকতচাপৰিবাসী

কলিয়াবৰৰ শিলঘাটতো খহনীয়া

চপৰা চপৰে খহিছে ভকতচাপৰিৰ মাটি

জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি

নিশ্চিহ্ন হোৱাৰ উপক্ৰম মাজুলীৰ শইছৰ ভৰাঁলস্বৰূপ ভকতচাপৰি

অসাৰ নেতা-মন্ত্ৰীৰ প্ৰতিশ্ৰুতি

ভকতচাপৰিক সুৰক্ষা নিদিলে মাজুলীৰ সুৰক্ষা অসম্ভৱ

ভকতচাপৰিৰ প্ৰায় ৪৫০টা পৰিয়ালে বাস কৰে মথাউৰিত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...