বিৰাট-অনুস্কাই দ্বিতীয় সন্তানৰ নাম ৰাখিলে ‘অকায়’, এই ‘অকায়’ নামটোৰ অৰ্থ জানেনে?

বিৰাট-অনুস্কাৰ জীৱনলৈ আহিল দ্বিতীয়টি সন্তান। অভিনেত্ৰী অনুস্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীৰ জীৱনলৈ আহিল দ্বিতীয়টি সন্তান। তেওঁলোকৰ প্ৰথম কন্যা সন্তান ভামিকাৰ পাছতে এইবাৰ তেওঁলোকৰ জীৱনলৈ আহিল পুত্ৰ সন্তান। উল্লেখ্য যে বিৰাট দ্বিতীয়বাৰ পিতৃ হ’বলৈ ওলাইছে বুলি সামাজিক মাধ্যমত চৰ্চা হৈ আছিল। তাৰ মাজতে আহিল এই ভাল খবৰটো। ১৫ ফেব্ৰুৱাৰীতে তেওঁলোকৰ জীৱনলৈ সন্তান অহাৰ কথা সামাজিক মাধ্যমযোগে জনাইছে তেওঁলোকে। বিৰাট-অনুস্কাৰ জীৱনলৈ অহা পুত্ৰ সন্তানৰ নাম ৰাখিলে ‘অকায়’। কিন্তু আপুনি বাৰু জানেনে এই ‘অকায়’ নামটোৰ অৰ্থ কি?
এই ‘অকায়’ নামটোৰ অৰ্থ বিচাৰি সামাজিক মাধ্যমত আৰম্ভ হৈছে ব্যপক চৰ্চা। বহু জানিব বিচাৰিছে এই নামটোৰ অৰ্থ আৰু এই নামটোৰনো কি আছে বিশেশত্ব। এই ‘অকায়’ নামটোৰ অৰ্থ হৈছে এনে এজন ব্যক্তি যাৰ শৰীৰ নাই, যি শৰীৰহীন, যাৰ কোনো ৰূপ নাই, যি নিৰাকাৰ অৰ্থাৎ ভগৱান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...