৩ চোৰাং গৰু সৰবৰাহকাৰীক উত্তম-মধ্যম ৰাইজৰ

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ গোৱালপাৰাৰ কুশধোৱা মেজেংপাৰাত ৰাইজে জব্দ কৰে দুখন গৰুভৰ্তি গাড়ী। গাড়ী দুখনৰ পৰা জব্দ কৰে ২৩টা গৰু। কৰাায়ত্ত কৰে ৩ গৰু সৰবৰাহকাৰীক।

উত্তেজিত ৰাইজে দুয়োখন গাড়ীত আক্ৰমণ কৰি গাড়ী দুখন ভাঙি পেলোৱাৰ লগতে চোৰাং ব্যৱসায়ী কেইজনক উত্তম-মধ্যম দি গতাই দিয়ে আৰক্ষীক ৷ আটক ফজিয়ৰ ৰহমান, আব্দুল কালাম আজাদ আৰু ছফিকুল ৰহমান ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল...

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...